Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: গুৰুজনাৰ তিথি উপলক্ষে ঐতিহ্যমণ্ডিত শিৱদৌলত ভক্ত-বৈষ্ণৱৰ সমাবেশ

Sibsagar, Sivasagar | Aug 25, 2025
গুৰুজনাৰ তিথি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত ভক্ত বৈষ্ণৱৰ সমাবেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । সমগ্ৰ ৰাজ্যৰ নামঘৰ সমুহত দেখা গৈছে গুৰু বন্দনাৰ আধ্যাত্মিক কাৰ্যসূচী । শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো দেখা গ'ল ভক্ত বৈষ্ণৱৰ সমাবেশ সোমবাৰৰ দিনা ।
Read More News
T & CPrivacy PolicyContact Us