This browser does not support the video element.
ডুমডুমা: দিয়ামুলিৰ চাইবাচা গাওঁত এটা পৰিয়ালে চৰকাৰী আঁচনি নোপোৱাৰ অভিযোগ উত্থাপন
Doom Dooma, Tinsukia | Sep 27, 2025
ডুমডুমা সমষ্টিৰ দিয়ামুলিৰ চাইবাচা গাওঁত চৰকাৰী আঁচনি নোপোৱাৰ ফলত অতি জৰাজীৰ্ণ আৱাসগৃহ আৰু শৌচাগাৰ ব্যৱহাৰ কৰি এটা পৰিয়াল বসবাস কৰি অহাৰ অভিযোগ উত্থাপন । শনিবাৰে দুপৰীয়া প্ৰায় ২ বজাত স্থানীয় সচেতন ব্যক্তিয়ে শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাক দুখীয়া পৰিয়ালটোক চৰকাৰী আঁচনি প্ৰদান কৰি জীৱন ধাৰণ কৰাত সকাহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে