Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: মুদৈবড়ী সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন ইএম জগদীশ সৰকাৰে মনোনয়ন পত্ৰ দাখিল কৰি ওদালগুৰিত এইদৰে মন্তব্য কৰে
Udalguri, Udalguri | Sep 1, 2025
বিটিচিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনাই বিপিএফ আৰু ইউপিপিএলৰ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। সেইদৰে জিলা খনৰ মুদৈবড়ী সমষ্টিত বিপিএফ দলৰ পৰা প্ৰাক্তন ইএম জগদীশ সৰকাৰে মনোনয়ন পত্ৰ দাখিল কৰে। আনহাতে প্ৰাক্তন ইএম গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰি ওদালগুৰিত সাংবাদিকৰ আগত এইদৰে মন্তব্য আগবঢ়ায়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!