Download Now Banner

This browser does not support the video element.

ওদালগুৰি: টংলাৰ চাতগাৰী বিদ্যালয়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়

Udalguri, Udalguri | Oct 5, 2025
জিলা খনৰ টংলা চাতগাৰী বিদ্যালয় প্ৰাংগনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ উদ্যোগত শতাব্দী বৰ্ষ উদ্ধোধন কাৰ্যক্ৰম আৰু বিজয়া দশমী উদযাপন কাৰ্যসূচী অনুষ্ঠিত হয়। দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা শতবৰ্ষ অনুষ্ঠানত সংঘৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা সংঘ পৰিয়ালৰ কেইবা গৰাকীও বিষয় ববিয়া আৰু টংলা খণ্ড কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us