This browser does not support the video element.
মৰিগাঁও: জিলাৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ
Marigaon, Morigaon | Sep 6, 2025
আজি মৰিগাঁও জিলাৰ মাজমজিয়াত নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে অগ্নিশিখা সমদল বাহিৰ কৰে । কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো এই অগ্নিশিখা সমদল বাহিৰ কৰে ।