Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা বিধায়ক অশ্ৰাফুল হুছেইনৰ, চহৰত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া
Bongaigaon Part, Bongaigaon | Sep 6, 2025
অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি বিধায়ক অশ্ৰাফুল হুছেইনে মন্তব্য কৰাৰ পিছত জাগুৰ খাই উঠিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই। শনিবাৰে বঙাইগাঁও চহৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলৰাম বৰ্মনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়াক গৰাকীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে এনেধৰণৰ মন্তব্যৰে সমাজ বিনিষ্ট কৰাৰ চেষ্টা চলি আছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!