This browser does not support the video element.
মাজুলী: বনাগাঁও হৰি মন্দিৰত নৃসিংহ মুৰাৰি ভাওনা প্ৰদৰ্শন
Majuli, Majuli | Apr 12, 2024
বনগাঁৱ হৰি মন্দিৰত সাৰঙ্গ পানী নাট্য গোষ্ঠীয়ে প্ৰদৰ্শন কৰে নৃসিংহ মুৰাৰি ভাওনা। পূব মাজুলী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এই ভাওনা উপভোগ কৰে। পুৱতি নিশা ভাগলৈ ভাওনা উপভোগ কৰে অঞ্চলটোৰ ৰাইজে। দিনৰ ভাগত হৰি মন্দিৰত অনুষ্ঠিত হয় নাম।এই নামটো মাজুলীৰ বিভিন্ন প্ৰান্তৰ ভকতে।