This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
Margherita, Tinsukia | Sep 27, 2025
মাৰ্ঘেৰিটা আৰ চি চি দলঙত আজি বিয়লি পাচ মান বজাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত থকা অৱসৰপ্ৰাপ্ত সেনা জোৱান কাকপথাৰ নিবাসী চন্দ্ৰ গগৈ বুলি জানিব পৰা গৈছে। তীব্ৰবেগত অহা মেজিকখনে বিপৰীত দিশৰ পৰা অহা বাইক আৰোহী জনক তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয়।