Install App
manojbmc2009
This browser does not support the video element.
বইটামাৰী: মাৰুপাৰাত উদণ্ড স্বামীয়ে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় নিজ পত্নীক , স্বামী ছফিয়ৰ ৰহমানক আটক কৰে আৰক্ষীয়
Boitamari, Bongaigaon | Aug 22, 2025
যোগীঘোপাৰ মাৰুপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । উদণ্ড স্বামীয়ে দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় নিজ পত্নী সাজেনা বেগমক। উদণ্ড স্বামী ছফিয়ৰ ৰহমানক ইতিমধ্যে আটক কৰিছে যোগীঘোপা আৰক্ষীয়ে। জানিব পৰা মতে পাৰিবাৰিক কাজিয়াৰ পৰিণতিত এই ঘটনা । স্থানীয় ৰাইজে অতি সংকটজনক অৱস্থাত পত্নীক উদ্ধাৰ কৰি যোগীঘোপা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!