Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিদৰ্শন বিধায়ক অখিল গগৈৰ

Sibsagar, Sivasagar | Aug 24, 2025
ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিদৰ্শন বিধায়ক অখিল গগৈৰ । জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী ৰূপে ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চল পৰিদৰ্শন কৰি আশীৰ্বাদ গ্ৰহণ কৰে নামঘৰত সেৱা লৈ । এই কাৰ্যসূচীৰ মাজতেই সিংহদ্বাৰত ড্ৰাম্পাৰ বিস্ফোৰণত গুৰুতৰ ভাৱে অসুস্থ এজন শ্ৰমিকৰ পৰিয়ালৰ সতে সাক্ষাত কৰি তেল চুৰি চক্ৰক উৎখাত কৰাৰ দাবী উত্থাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us