Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: সদৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি,আটক কৰা হ’ল কেইবাজনক

Dhubri Part, Dhubri | Jun 13, 2025
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বহু সংখ্যক মুছলমান লোকক।ঘৰে ঘৰে অভিযান চলাই ধুবুৰী আৰক্ষীয়ে যধে মধে যাকে তাকে আটক কৰাৰ অভিযোগত উত্তেজিত হৈ পৰিছে মুছলমান সমাজৰ লোক সকল।ইপিনে আৰক্ষীয়ে আটক কৰা সকলক গাড়ীৰে অন্য ঠাইলৈ নিয়াৰ চেষ্টা চলোৱাৰ সময়তে উত্তেজিত হৈ পৰে শতাধিক লোক।
Read More News
T & CPrivacy PolicyContact Us