Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু জিলা আইনী সেবা প্ৰধিকাৰীৰ সহযোগত হাজিৰহাটত চলায় ধপাতমুক্ত অভিযান

Mankachar, South Salmara-Mankachar | Aug 27, 2025
বুধবাৰে দিনৰ ১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাটৰ কেইবাটাও বিদ্যালয়ৰ ওচৰে পাজৰে থকা দোকান বোৰত ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায়। উক্ত অভিযানত অতিৰিক্ত মুখ্য এল এ ডি চি মুক্তৰুজ্জামানৰ নেতৃত্বত হাজিৰহাটৰ বহু সংখ্যক বিদ্যালয় চৌহদৰ ওচৰত ধঁপাত বিক্ৰেতাৰ বিৰুদ্ধে COTPA আইনৰ অধীনত চলোৱা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us