Download Now Banner

This browser does not support the video element.

বাঘবৰ: আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আব্দুল আওৱাল আহমেদৰ শৰিয়াতপুৰত সংবাদমেল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আজৰাইল আখ্যা

Baghbor, Barpeta | Aug 25, 2025
অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতণৰ বিৰুদ্ধে শৰিয়াতপুৰত এক সংবাদমেলৰ আয়োজন কৰে আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আব্দুল আওৱাল আহমেদে। আব্দুল আওৱাল আহমেদে কয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী আজৰাইল, কিয়নো তেওঁ গাদীত বহিয়েই নিৰিহ মানুহৰ উচ্ছেদ অভিযান, অন্যায় অত্যাচাৰ কৰি আহিছে। এয়া এটা সম্প্ৰদায়ক টাৰ্গেট কৰি হিটলাৰী শাসন চলাইছে। তেওঁ কয় যি জাতিৰ যোগ্য নেতা নাথাকে সেই জাতি এদিন ধ্বংস হবই ।
Read More News
T & CPrivacy PolicyContact Us