Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: মালিভিটাত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত নিসিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী

India | Aug 11, 2025
আজি চিৰাং জিলাৰ মালিভিটাত বিপিএফৰ যোগদান সভা অনুষ্ঠিত হয়, আজিৰ এই যোগদান সভাত ৩০ গৰাকী লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত নিসিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী সহ বিপিএফৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us