Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: নং টকৌৱনীৰ সমীপৰ হাবিতলীত বৃদ্ধাশ্ৰমৰ পৰিসৰৰ চাৰিসীমাৰ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক সুৰেন ফুকনৰ

Margherita, Tinsukia | Aug 22, 2025
ডিগবৈ সমষ্টিৰ পানীখোৱা গাঁও পঞ্চায়তৰ ১ নং টকৌৱনীৰ সমীপৰ হাবিতলীত শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত বৃদ্ধাশ্ৰমৰ পৰিসৰৰ চাৰিসীমাৰ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক সুৰেন ফুকনৰ । বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ৫ লাখ টকা আৰু বৃদ্ধাশ্ৰমৰ গৃহ আৰু অনাময় গৃহ নিৰ্মাণৰ বাবে ৮ লাখ টকাৰে নিৰ্মাণ হব লগীয়া কৰ্মৰ শুভাৰম্ভৰ ক্ষণত উপস্থিত থাকে   পানীখোৱা পঞ্চায়তৰ সভাপতি ৰমন চুড়ী ,পানীখোৱা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰুণু হালৈ ।
Read More News
T & CPrivacy PolicyContact Us