Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বৰপেটাৰোডৰ টুইৰিষ্ট গেষ্ট হাউছ'ত মন্ত্রী কেশৱ মহন্তৰ মন্তব্য মথনগুৰী পৰিষদীয় সমষ্টিত অগপৰ প্ৰাৰ্থী জয়লাভ কৰিব

India | Sep 11, 2025
বৰপেটাৰোড টুইৰিষ্ট গেষ্ট হাউছ'ত মন্ত্রী কেশৱ মহন্তই বৃহস্পতিবাৰে উপস্থিত হয় । মন্ত্ৰী কেশৱ মহন্তই ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী মনোমোহন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বৰপেটাৰোডত সংবাদ মাধ্যমৰ আগত জনায় এইবাৰ ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী মনোমোহন দাসে নিৰ্বাচিত হ'ব । অসম গণ পৰিষদ দলটোক মথনগুৰী পৰিষদীয় সমষ্টিৰ ৰাইজে আকোৱালি লৈছে বুলি জনায় মন্ত্রী কেশৱ মহন্তই।
Read More News
T & CPrivacy PolicyContact Us