Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বৰপেটাৰোড ৰেল ষ্টেচনত SSB আৰু বন বিভাগৰ অভিযান, কেইবা কোটি টকা মূল্যৰ লুপ্তপ্রায় বনৰৌ'ৰ ছাল জব্দ

India | Oct 13, 2025
উজনিমুৱা বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ ৰেলৰ পৰা কেইবা কোটি টকা মূল্যৰ লুপ্তপ্রায় বনৰৌ'ৰ ছাল জব্দ । বৰপেটাৰোড ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ সহযোগত বৰপেটাৰোড SSB আৰু বৰপেটাৰোড বন বিভাগে অভিযান চলাই ২০০ কিলোগ্ৰাম পৰিমাণৰ বনৰৌ'ৰ ছাল জব্দ কৰে । বনৰৌ'ৰ ছালৰ চোৰাং সৰবৰাহৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ। তিনিওজন লোকৰ ঘৰ চেন্নাইত। ৮খন বেগত ভৰাই বনৰৌ'ৰ ছালসমুহ সৰবৰাহ কৰিছিল লোক কেইজনে। জব্দ কৰা ছালখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য কেবা কৌটি টকা হব বুলি অনুমান কৰা হৈছে ।
Read More News
T & CPrivacy PolicyContact Us