This browser does not support the video element.
লক্ষীপুৰ: লক্ষীপুৰ থানাৰ অধীনস্থ জলেশ্বৰ আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই
Lakhipur, Goalpara | Sep 3, 2025
লক্ষীপুৰ থানাৰ অধীনস্থ জলেশ্বৰ আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন উদ্ধোধন কৰা হয়। এই নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে গোৱালপাৰা জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক নৱনীত মহন্তই। উক্ত উদ্ধোধনী অনুষ্ঠানত উপ আৰক্ষী অধীক্ষক, লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে লক্ষীপুৰ আৰু জলেশ্বৰ আৰক্ষী চকীৰ আৰক্ষী সকলে উপস্থিত থাকে। নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক উদ্ধোধন কৰি জেষ্ঠ্য আৰক্ষী অধীক্ষক নৱনীত মহন্তই কয় যে জলেশ্বৰ আৰক্ষী চকীৰ দীৰ্ঘদিনীয়া এটা গৃহৰ অভাৱ আছিল।