Download Now Banner

This browser does not support the video element.

তামুলপুৰ: দৰঙাজুলীত শনিবাৰে নিশা প্রায় ন মান বজাত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক জলেন দৈমাৰীয়ে

Tamulpur, Baksa | Sep 13, 2025
দৰঙাজুলীত শনিবাৰে নিশা প্রায় ন মান বজাত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক জলেন দৈমাৰীয়ে ।BTR নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। BTR ত প্ৰতিটো ৰাজনৈতিক দলে তুংগত কৰি তুলিছে প্ৰচাৰ সভা। নিশা দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ আৰু যোগদান সভাত ব্যস্ত ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ। শান্তি আৰু উন্নয়নৰ বাবে এইবাৰ সমষ্টিবাসীয়ে UPPL ত ভোটদান কৰিব বুলি মন্ত্যৱ।
Read More News
T & CPrivacy PolicyContact Us