Download Now Banner

This browser does not support the video element.

বাক্সা: মথনগুৰিত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস

Baska, Baksa | Aug 8, 2025
বাক্সা জিলাৰ মথনগুৰিত আজি বিজেপি দলৰ এখনি যোগদান সভা অনুষ্ঠিত হয়। বিটিআৰৰ সমাজকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ উপস্থিতিত মথনগুৰিৰ শিমলাগুৰি গাঁওৰ ৩৫ জনকৈ লোকে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বিজেপি দলত যোগদান কৰে। আজিৰ সভাত দলীয় নেতা কৰ্মীয়ে অংশগ্রহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us