This browser does not support the video element.
হোজাই: জিলা প্ৰশাসনৰ উদ্যোগত পুৱা হোজাই সদৰত থকা কছাৰী মৈদামৰ পৰা এক চাইকেল ৰেলী উলিওৱা হয়
Hojai, Hojai | Aug 31, 2025
হোজাই জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে পুৱা ৭বজাত হোজাই সদৰত থকা কছাৰী মৈদামৰ পৰা এক চাইকেল ৰেলী উলিওৱা হব।হোজাই সদৰত থকা কছাৰী মৈদামৰ পৰা ওলোৱা এই চাইকেল ৰেলী কাৰ্যসূচীৰ অংশগ্ৰহণ কৰে হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী উপৰিও হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ । হোজাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক চাইকেলিষ্টে এ পি বিয়েনৰ জোৱান আৰু ছাত্র ছাত্ৰীয়ে অংশ লোৱা চাইকেলৰ ফ্লেগ অফ কৰে হোজাই জিলা ক্রিয়া বিষয়া দ্বীপ ৰাজ সোণোৱালে । এই ৰেলী কছাৰী মৈদানৰ পৰা আৰম্ভ হৈ ২