Install App
mokib786
This browser does not support the video element.
মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত নিক্ষয় মিত্ৰ দিৱস উদযাপন ,উপস্থিত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক
Mankachar, South Salmara-Mankachar | Sep 9, 2025
মঙ্গলবাৰে দিনৰ আনুমানিক ১বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় নিক্ষয় মিত্ৰ দিৱস। উল্লেখ্য যে হাটশিঙিমাৰীৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কনফাৰেন্স হলত নিক্ষয় মিত্ৰ দিৱসত উপস্থিত আছিল জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!