Download Now Banner

This browser does not support the video element.

মাটিয়া: দহিকটাত বনৰীয়া হাতীৰ আক্ৰমণত হামেদ আলী নামৰ এজন শ্ৰমিকৰ মৃত্যু, আন এজন লোক আহত

Matia, Goalpara | Aug 26, 2025
দহিকটাত বনৰীয়া হাতীৰ আক্ৰমনত হামেদ আলী নামৰ এজন শ্ৰমিকৰ মৃত্যু।,পুৱাৰ ভাগত দহিকটা বালিমহলত ট্ৰাকেৰে বালি নিবলৈ আহিছিল হামেদ আলীয়ে। হঠাৎ এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে হামেদ আলীক।এটা বনৰীয়া হাতীৰ গচকত থিতাতে নিহত হয় হামেদ আলী।হামেদ আলীৰ লগত থকা ট্ৰাকৰ ড্ৰাইভাৰ, হেন্দিমেনৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যদিও মোকছেদ আলী নামৰ আন এজন শ্ৰমিক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত আৰক্ষী আৰু বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us