Install App
bpranjal752
This browser does not support the video element.
নলবাৰী: নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত পালন কৰা বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস
Nalbari, Nalbari | Sep 10, 2025
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত পালন কৰা বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ ।সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাতো উদযাপন কৰা হয় বিশ্ব আত্মহত্যা দিৱস । বিশেষকৈ চিকিস্যক , স্বাস্থ্যকৰ্মীৰ উপস্থিতিত ৰাইজক সজাগ কৰা হয়। আত্মহত্যাৰ আখ্যান সলনি কৰা - আজি নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পালন কৰা বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে সজাগ কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!