Download Now Banner

This browser does not support the video element.

মাটিয়া: এখন পকী দলঙৰ বাবে কৃষ্ণাইৰ খাৰদাঙত হাহাকাৰ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ,টুলুঙা নাৱেৰে বিপদসংকুল যাতায়ত

Matia, Goalpara | Sep 13, 2025
এখন পকী দলঙৰ বাবে কৃষ্ণাইৰ খাৰদাঙত হাহাকাৰ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ বৃহত্তৰ খাৰদাং আৰু মেন্দিপথাৰ ভেৰভেৰী অঞ্চল সংযোগী একমাত্ৰ যোগাযোগৰ মাধ্যম হৈছে বাঁহৰ দলং তথা টুলুঙা নাওঁ ৷ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত খাৰদাং - মেন্দিপথাৰ সংযোগী কৃষ্ণাই নৈৰ ওপৰত এখন পকী দলং নথকাৰ ফলত বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভোগী আহিছে সৰ্বসাধাৰণ ৰাইজে ৷
Read More News
T & CPrivacy PolicyContact Us