Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: দুমুনিচকীত পথ দুৰ্ঘটনা, গুৰুত্ব ভাবে আহত চালক

Sipajhar, Darrang | Aug 26, 2025
ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীত এক পথ দুৰ্ঘটনা সংঘটিত হয়।15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা এখন এচিভান বাহনত পিছ ফালৰ খুন্দা মাৰে এখন ট্ৰাকে ।যাৰ ফলত এচি ভান খন পথৰ দাঁতিত বাগৰি পৰে ।যাৰ ফলত গুৰুত্ব ভাবে আহত হয় চালক জন
Read More News
T & CPrivacy PolicyContact Us