This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁওস্থিত জিলা প্ৰেছ ক্লাবত বিটিচি নিৰ্বাচন লৈ ভোটাৰচ পাৰ্টী ইণ্টাৰনেচনেলৰ সংবাদ মেল
India | Aug 25, 2025
বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ এই সংবাদ মেল সম্বোধন দলটোৰ,বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপক লৈ সম্বোধন কৰা সংবাদমেলত প্ৰথমটো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে বিটিচিৰ ৩০ টা পৰিষদীয় সমষ্টিৰ,দলৰ ৰাষ্ট্ৰীয় উপ সভাপতি ললিত পেগুয়ে সংবাদ মেল সম্বোধন কৰি এই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে,সংবাদ মেলত ৰাষ্ট্ৰীয় উপ সভাপতি জনে কয় প্ৰাৰ্থী জয়ী কৰোৱাটোৱেই কেৱল লক্ষ্য নহয় ভোটাৰক নিজৰ অধিকাৰ সম্পৰ্কে সজাগ কৰাটোহে মূল লক্ষ্য।