Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: যোৰহাটত জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক তথা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Jorhat West, Jorhat | Oct 1, 2025
যোৰহাটত জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক তথা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পী গৰাকীক।বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত যোৰহাটত সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক তথা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় মন্ত্ৰী গৰাকী উপস্থিত থাকি অসমৰ সংগীত জগতৰ যুগদ্ৰষ্টা গৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে গভীৰ শ
Read More News
T & CPrivacy PolicyContact Us