Download Now Banner

This browser does not support the video element.

বালিজানা: ৰাক্ষসিনীত উচ্ছেদ স্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে

Balijana, Goalpara | Aug 23, 2025
ৰাক্ষসিনীত উচ্ছেদ স্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গোৱালপাৰা জিলা প্ৰশাসনে আজি ৰাক্ষসিনীত পথৰ দাঁতিত থকা শতাধিক দোকান পোহাৰত বুল ডজাৰ লগাই এফালৰপৰা ভাঙি দিয়ে। জিলা প্ৰশাসনে কোনো ধৰণৰ বৈধ জাননী জাৰী নকৰাকৈ অবৈধ ভাৱে উচ্ছেদ অভিযান চলাইছে।এই অবৈধ উচ্ছেদ অভিযানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰে।
Read More News
T & CPrivacy PolicyContact Us