Download Now Banner

This browser does not support the video element.

গোৰেশ্বৰ ভাগ: নাওকাটাত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে

Goreswar Part, Baksa | Aug 11, 2025
দেওবাৰে দিনৰ ১২ মান বজাত তামুলপুৰ জিলাৰ নাওকাটাত মিনি ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়।ষ্টেডিয়ামৰ শুভাৰম্ভনি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী বিটিআৰৰ পাৰিষদ চম্পাৱতী ডেকাকে ধৰি বহুলোক উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us