Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ মাৰ্ঘেৰিটা মহকুমা সমিতি গঠন ,উপস্থিত জিলা সমিতিৰ সভাপতি ৰমেন গগৈ
Margherita, Tinsukia | Aug 31, 2025
দেওবাৰে মাৰ্ঘেৰিটা স্থিত ব্লক কনফাৰেন্স প্ৰেক্ষাগৃহত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ মাৰ্ঘেৰিটা মহকুমা সমিতি গঠন কৰা হয়। তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰমেন গগৈ সভাপতিত্বত অনুষ্ঠিত সভাত তিনিচুকীয়া জিলা সমিতিৰ সচিব প্ৰধানে সভাৰ উদ্যেশ্য ব্যাখ্যা আৰু অতিথিৰ পৰিচয় দাঙি ধৰে।সভাত সৰ্বসন্মতিক্ৰমে ৩১ জনিয়া পূৰ্ণাঙ্গ মাৰ্ঘেৰিটা মহকুমাৰ সমিতিখন গঠন কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!