Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ,২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

Marigaon, Morigaon | Sep 13, 2025
জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ জেচিবিৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ ৷ পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ ৷ উল্লেখ্য যে, পথচোৱাৰ মাজত বহু দুৰলৈ কোনো ক্ৰচিঙৰ ব্যৱস্থা নথকাৰ বাবে পথ অতিক্ৰম কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে স্কুল-কলেজৰ ছাত্ৰছাত্ৰী সকলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা দুখনকৈ গাঁৱৰ জনসাধাৰণ ৷
Read More News
T & CPrivacy PolicyContact Us