Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: আজি সন্ধিয়া ৬ বজাত বিহপুৰীয়াৰ পথালিপাহাৰ পঞ্চায়তত বিজেপিত যোগদান কায্যসুচী অনুষ্ঠিত হয় ৷

Bihpuria, Lakhimpur | Apr 12, 2024
আজি সন্ধিয়া ৬ বজাত বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰ পঞ্চায়তত বিজেপিত যোগদান কায্যসুচী অনুষ্ঠিত হয় ৷ আগন্তুক লোকসভা নিব্বাচনৰ প্ৰাক মুহুতত বিজেপি দলৰ নীতি আদশৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ লগতে আন দলৰ কেইবাগৰাকীও সদস্যই বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷
Read More News
T & CPrivacy PolicyContact Us