Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খৈৰাবাৰীত বাঙালী যুৱছাত্ৰ ফেডাৰেচনে অনুষ্ঠিত কৰা ডি ভোটাৰ সম্পৰ্কীয় সভাত কেন্দ্ৰীয় উপ সভাপতি বাপন সৰকাৰৰ অংশগ্ৰহণ

Udalguri, Udalguri | Sep 5, 2025
ছাৰা আসাম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ উদ্যোগত খৈৰাবাৰীৰ চেলাইমাৰী দূৰ্গা মন্দিৰ প্ৰাংগনত ডি ভোটাৰ সম্পৰ্কীয় এখন বিশেষ ৰাজহুৱা সভা অনুষ্ঠিত হয়। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উক্ত সভাত আলোচনা কৰা হয়। আনহাতে সভাত কেন্দ্ৰীয় উপ সভাপতি গৰাকীৰ সতে আঞ্চলিক সভাপতি পল্লৱ তালুকদাৰ, উপদেষ্টা বাপী সৰকাৰ কাৰ্যনিৰ্বাহক সদস্য আশিস দেৱনাথ প্ৰমুখ্যে সংগঠনৰ কাৰ্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us