This browser does not support the video element.
গুৱাহাটী: চচলত সদৌ অসম কোছ ৰাজবংশী ছাত্র সন্থা, আক্ৰাছুৱে হাতত লয় ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
Guwahati, Kamrup Metropolitan | Sep 9, 2025
মংগল বাৰে সদৌ অসম কোছ ৰাজবংশী ছাত্র সন্থা, আক্ৰাছুৱে হাতত লয় ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট।সংগঠনটোৰ দাবী ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক, বি,টি,চি,ত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ ভূমি অধিকাৰ প্ৰদান কৰক, অতি শীঘ্ৰেই কে,এল ,অ,ৰ লগত শান্তি আলোচনা অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ।