Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ দাবী জনোৱা মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদ বৃহত্তৰ যুৱ মঞ্চৰ

Mangaldoi Part, Darrang | Aug 24, 2025
অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে সোচ্ছাৰ পৰিছে দল-সংগঠন। জমিয়ত উলেমা হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ।ৰাজ্যৰ মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়ত উলেমা ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীক উভতি ধৰিছে ৰাজ্যৰ দল-সংগঠনে। জমিয়ত উলেমা ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে দেওবাৰে আবেলি তিনি মান বজাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চই 'হু ইজ মৌলানা মেহমুদ মাদানি?, মুখ্যমন্ত্ৰীক গ্ৰেপ্তা
Read More News
T & CPrivacy PolicyContact Us