This browser does not support the video element.
বৰপেটা: জিলা পুথিভঁৰলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কংগ্ৰেছৰ বিএলএ প্ৰশিক্ষণ কাৰ্যসূচীত সাংসদ ৰকিবুল হুছেইনৰ অংশ গ্ৰহণ
Barpeta, Barpeta | Aug 24, 2025
বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত, বৰপেটা জিলা পুথিভঁৰলৰ প্ৰেক্ষাগৃহত বুথ পৰ্যায়ৰ এজেণ্টৰ প্ৰশিক্ষণ শিবিৰত অংশ লৈ বিজেপিয়ে যাতে ভোট চুৰি কৰি জালিয়াতিৰে জিকিব নোৱাৰে তাৰবাবে সমগ্ৰ অসমতে এনেদৰে কংগ্ৰেছ কৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ বাবে চেষ্টা কৰা বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। ভোট চুৰি নহ'লে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰিলেহেতেন।