Download Now Banner

This browser does not support the video element.

নগাঁও: অৰুণোদয় আঁচনি প্ৰদানৰ নামত বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীত ধন সংগ্ৰহৰ অভিযোগ একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ৰাইজৰ

Nagaon, Nagaon | Sep 1, 2025
অৰুণোদয় আঁচনি প্ৰদানৰ নামত বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীত ধন সংগ্ৰহৰ অভিযোগ একাংশ বিজেপি নেতাৰ বিৰুদ্ধে সোমবাৰে দিনৰ প্ৰায় ১২ মান বজাত ৰাইজৰ।এইবাৰ অৰুণোদয় প্ৰদানৰ নামত বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীত ধন সংগ্ৰহ একাংশ বিজেপি নেতাৰ ৷ অৰুণোদয় আঁচনি প্ৰদানৰ নামত দুখীয়া মহিলাৰ পৰা ৫০০ ৰ পৰা ১০০০ টকাকৈ সংগ্ৰহ কৰিছে বিজেপি নেতাই ৷ বঢ়মপুৰ সমষ্টিৰ বিজেপি নেতা বকুল শীলে কঠিয়াতলী জুৰিপাৰৰ বহু দুখীয়া মহিলাৰ পৰা অৰুণোদয় নামত ধন সংগ্ৰহ কৰি আঁচনি প্ৰদান কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে মহিল
Read More News
T & CPrivacy PolicyContact Us