Download Now Banner

This browser does not support the video element.

বাক্সা: ধনশ্ৰীপুৰত এচিআৰডিৰ উদ্যোগত বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

Baska, Baksa | Aug 21, 2025
বাক্সা জিলাৰ ধনশ্ৰীপুৰত এচিআৰডি নামৰ সংস্থাটোৱে বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে । ধনশ্ৰীপুৰ শিৱ শক্তি দুৰ্গা মন্দিৰ প্ৰাংগনত আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰত সাৰথি হস্পিটেল নলবাৰীৰ বহু কেইগৰাকী বিশেষজ্ঞ চিকিৎসকে উপস্থিত থাকি ৰোগী সকলৰ স্বাস্থ্য-পৰীক্ষা কৰাৰ উপৰিও পৰামৰ্শ প্ৰদান কৰে । বিগত সময়তো সংস্থাটোৱে ভিন্ন স্থানত এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে এচিআৰডিৰ জ্যেষ্ঠ কাৰ্যবাহী সদস্য প্ৰদীপ্ত প্ৰাণ চাংকাকতীয়ে ।
Read More News
T & CPrivacy PolicyContact Us