Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: এইবাৰ চোৰে চাফাই অভিযান চলালে যোৰহাটৰ অইল কেম্পাচত , লুটি নিলে নগদ ধন , সোণৰ অলংকাৰ , এঘৰৰ পৰা উদ্ধাৰ

Jorhat West, Jorhat | Sep 13, 2025
এইবাৰ চোৰে চাফাই অভিযান চলালে যোৰহাটৰ অইল কেম্পাচত। লুটি নিলে নগদ ধন , সোণৰ অলংকাৰ । এঘৰৰ পৰা উদ্ধাৰ । গিৰীহঁতৰ সৰলতাৰ সুযোগ লৈ চোৰ কৰিলে নগদ ৫ লাখ টকাৰ লগতে ২০ লাখ টকাৰ মূল্যৰ আ অলংকাৰ।উল্লেখযোগ্য যে যোৰহাটৰ অইল কলনীৰ কমল দাস আৰু পুৰবী পাটীৰৰ গৃহত লিখকৰ চুকৰ এগৰাকী মহিলাই প্ৰায় দুবছৰৰ পৰাই গৃহৰ কাম কৰি আছিল ।
Read More News
T & CPrivacy PolicyContact Us