Download Now Banner

This browser does not support the video element.

হোজাই: শিলিগুৰি বস্তিত সংঘটিত হৈছে মাৰপিটৰ ঘটনা,আৰক্ষী থানাত এজাহাৰ দাখিল, আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ

Hojai, Hojai | Aug 22, 2025
হোজাইত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।ঘটনা সন্ধৰ্ভত শুক্ৰবাৰে নিশা প্ৰায় ৯বজাত মন্তব্য ভুক্তভোগীৰ।উল্লেখযোগ্য বৃহস্পতিবাৰে নিশা হোজাই শিলিগুৰি বস্তিত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।দুই ফৈদৰ মাৰপিটত গুৰুতৰভাৱে আহত দুজনকৈ লোক।ঘটনা সন্ধৰ্ভত ভুক্তভোগীয়ে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ।যাৰবাবে ভুক্তভোগীয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত সকলো তথ্য দাঙি ধৰে।
Read More News
T & CPrivacy PolicyContact Us