Download Now Banner

This browser does not support the video element.

বালিজানা: বলদমাৰীৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰীৰ ধৰ্ষণ কাণ্ডকলৈ এন এচ ইউ আইৰ সংবাদ মেল

Balijana, Goalpara | Sep 12, 2025
বলদমাৰীৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰীৰ ধৰ্ষণ কাণ্ডকলৈ এন এচ ইউ আইৰ সংবাদ মেল। গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদ মেলৰ জৰিয়তে এনে এচ ইউ আইৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক এক্ৰাম হুছেইনে গোৱালপাৰা মহাবিদ্যালয়ত কালি এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ যি ঘটনা সংঘটিত হৈছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু উক্ত ঘটনাৰ লগত জড়িত থকা ছাত্ৰ ফিৰোজ ইকবাল হাছানক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়।
Read More News
T & CPrivacy PolicyContact Us