Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ লেবৰেটৰীৰ আধাৰশিলা স্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে

Balijana, Goalpara | Sep 11, 2025
গোৱালপাৰা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ লেবৰেটৰীৰ আধাৰশিলা স্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে আজি গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ লেবৰেটৰীৰ আধাৰশিলা স্থাপন কৰে। উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন, বিধায়ক একে ৰছিদ আলম আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাৱ উদ্দিন মোল্লাই। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বৰ্মনৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলে উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us