Download Now Banner

This browser does not support the video element.

তামুলপুৰ: বকুলগুৰি মাজৰ চুবুৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে ১৯ জন বিজেপি কৰ্মীয়ে

Tamulpur, Baksa | Aug 23, 2025
বকুলগুৰি মাজৰ চুবুৰীত শনিবাৰে নিশা প্রায় ন মান বজাত অনুষ্ঠিত এখন নিৰ্বাচনী সভা বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বি জে পি দলৰ ১৯ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে।২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত নিজবেতনা প্ৰাইমাৰীৰ বকুলগুৰি মাজৰ চুবুৰীত শনিবাৰে নিশা প্রায় ন মান বজাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । উক্ত সভাত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বিটিচিৰ প্ৰাক্তন EM তথা আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰক্ষেপিত প্ৰাৰ্থী গণেশ কছাৰীৰ ব্যক্তিত্ব আৰু বিপিএফ দলৰ নীতি আদৰ্
Read More News
T & CPrivacy PolicyContact Us