ওদালগুৰি: কলাইগাঁও-টাংনি পথৰ পুখুৰীসদৃশ গাঁতে জ্বলা-কলা খুৱাইছে ৫ সহস্ৰাধিক ৰাইজক, গুৰুত্ব নাই জনপ্ৰতিনিধিৰ #jansamasya