This browser does not support the video element.
বাক্সা: থমনাত গণ সুৰক্ষা পাৰ্টীৰ দিহিৰা ব্লক মহিলা মৰ্চাৰ সংবাদমেল
Baska, Baksa | Sep 2, 2025
বাক্সাৰ জিলাৰ থমনাত আজি গণ সুৰক্ষা পাৰ্টীৰ দিহিৰা ব্লক মহিলা মৰ্চাৰ সংবাদমেল অনুষ্ঠিত হয়। কালি বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জি এচ পিৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ সৈতে অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ সম্পাদক জোন দাসক দুৰ্বৃত্তই শাৰিৰীকভাবে আক্ৰমণ কৰিছিল৷ আক্ৰমণত জোন দাসৰ মূৰত আঘাতপ্ৰাপ্ত হয়৷ আজি সংবাদমেলত দলৰ দিহিৰা ব্ল'ক মহিলা মৰ্চাৰ সভানেত্ৰী ছায়ামণি শৰণীয়াই এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু এনে ঘটনাৰ উচিত বিচাৰ নহ'লে আমি আন্দোলন কৰিব বুলি সকিয়নী দিয়ে।