Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: 'এশজন মাদানী আহিলেও মুখ্যমন্ত্ৰীৰ একো কৰিব নোৱাৰে', চহৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
Dhubri Part, Dhubri | Aug 24, 2025
মেহমুদ মাদানীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰাৰ বিষয়টো লৈ ধুবুৰীত মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া ৷ কোন হয় এই মাদানী ! মাদানীয়ে ১৯৯৬ চনত ধুবুৰী লোকসভাত নিৰ্বাচন খেলি মুখ থেকেঁচা খাইছে। ধুবুৰীৰ মানুহে ভোট নিদি পঠিয়াই দিছিল মাদানীক। মাদানীক ভয় আমি নাপাও ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!