This browser does not support the video element.
বোকাখাত: নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ আগমন চিৰস্মৰণীয়ৰ উদ্দেশ্যৰে এটি পথ প্ৰধানমন্ত্ৰী নিম কৰিডৰ নামে ঘোষণা বিধায়ক মৃণাল শইকীয়াৰ
Bokakhat, Golaghat | Sep 9, 2025
নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ আগমন চিৰস্মৰণীয় কৰাৰ উদ্দেশ্যৰ নব নিৰ্মিত আঢ়ৈ কিলোমিটাৰ এটি পথ প্ৰধানমন্ত্ৰী নিম কৰিডৰ নামে ঘোষণা বিধায়ক মৃণাল শইকীয়াৰ।উপস্থিত লক্ষীমপুৰৰ বিধায়ক মানব ডেকা। খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰদক্ষেপ। দেশৰ প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমণ চিৰস্মৰণীয় কৰিবৰ বাবে নৱনিৰ্মিত লেটেকুজান চাহবাগিছাৰ মাজৰ আঢ়ৈ কিলোমিটাৰ পথ "প্ৰধানমন্ত্ৰী নিম কৰিডৰ" নামেৰে নামাকৰণ কৰি মঙ্গলবাৰে দিনৰ প্ৰায় ২ বজাত শতাধিক নিম পুলি ৰোপন কৰিলে বিধায়ক মৃণাল শইকীয়াই।