Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: নিউ বঙাইগাঁওত আৰক্ষীৰ অভিযান,জব্দ বুজন পৰিমাণৰ সুৰা

Bongaigaon Part, Bongaigaon | Sep 13, 2025
নিউ বঙাইগাঁওত জিলাৰ উপ আৰক্ষী অধীক্ষক নিৰ্মালী বৰ্মনৰ নেতৃত্বত অভিযান। অবৈধ সুৰা ব্যবসায়ী ইন্দ্ৰসেন যাদৱৰ বাসগৃহত আৰক্ষীয়ে চলায় এই অভিযান। এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ অবৈধ ভাবে মজুত কৰি ৰখা সুৰা। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ইন্দ্ৰসেন যাদৱক।
Read More News
T & CPrivacy PolicyContact Us