Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰৰ কালাপানীত শিক্ষক-ছাত্ৰীৰ সম্পৰ্কত কালিমা হানিলে লম্পট শিক্ষকে,লম্পট শিক্ষকক গ্ৰেপ্তাৰৰ দাবী জিলা আমছুৰ

Mankachar, South Salmara-Mankachar | Sep 8, 2025
সোমবাৰে দিনৰ আনুমানিক ৪ বজাত মানকাচৰৰ কালাপানীত শিক্ষক-ছাত্ৰীৰ সম্পৰ্কত কালিমা হানা এগৰাকী শিক্ষকক গ্ৰেপ্তাৰৰ দাবী জনায় জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্দকাৰে। উল্লেখ্য যে এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ চৰকাৰী বিদ্যালয়ৰ শিক্ষক আবেৰ আলীৰ বিৰুদ্ধে ।দীৰ্ঘ দিনৰ পৰা ছাত্ৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি অহাৰ অভিযোগ শিক্ষক আবেৰৰ বিৰুদ্ধে ।
Read More News
T & CPrivacy PolicyContact Us